Innovation and Discovery উদ্ভাৱন আৰু আৱিষ্কাৰ

 


১। অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক কোন আছিল? 

উত্তৰ: জেদ, আৰু জেনছন ।

২। টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: জে. এল. বেয়াৰ্ড ।

৩। অনাতাঁৰ টেলিফোন কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: ৰীডে ফৰেষ্ট ।

৪। ছপাশাল (প্ৰিণ্টিং প্ৰেছ) কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: গুটেনবাৰ্গ য়

৫। কোনে পোন প্ৰথমে প্ৰতিফলক দূৰবীক্ষণ যন্ত্ৰ তৈয়াৰ কৰিছিল? 

উত্তৰ: নিউটন ।

 

৬। বেকেলাইট কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: জে. এল. বেয়াৰ্ড য়

৭। সূৰ্যৰ পোহৰত সাতটা ৰং থাকে বুলি কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: নিউটন ।

৮। চাবমেৰিন কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: বুশ্বনেল।

৯। পৰমাণু বোমা (Atom Bomb) কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: অট'হান।

১০। টেলিভিছন কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: জে. এল. বেয়াৰ্ড ।

 

১১। ৰে'লৰ ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: ষ্টিফেনশ্বন।

১২। লিফ্টকোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: ই. আটিছ।

১৩। বিদ্যুৎ চুম্বক (Electro-magnet) ৰ উদ্ভাৱক কোন আছিল? 

উত্তৰ: ডব্লিউ, ষ্টাৰছন। 

১৪। অতি বেঙুনীয়া ৰশ্মি কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: জে. ডব্লিউ. ৰিটাৰ।

১৫। চেলফোন (Cell-phone) কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: চাৰ্লছ ক্ৰছ। 

 

১৬। এককোষী প্ৰাণী কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: এ. লিউৱেনহুক। 

১৭। গেছৰ গতি তত্ব কোনে আগবঢ়াইছিল? 

উত্তৰ: আৰ. বয়ল। 

১৮। কাৰ্বন কাগজ কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: আৰ. ৱেজউড।

১৯। ৰবৰ বেণ্ড কোনে প্ৰথমে নিৰ্মাণ কৰিছিল? 

উত্তৰ: ষ্টিফেন পেৰী। 

২০। এ. চি. (A. C.) মটৰ কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: নিক'লা টেছলা।

 

২১। জলাতংক ৰোগ (Rabies) ৰ প্ৰতিষেধক কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: লুই পাস্তৰ। 

২২। জুই নুমুৱা যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: ডাঃ গডফ্ৰে। 

২৩। হাইড্ৰ'জেন কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: কেভেণ্ডিছ।

২৪। চিনেমাস্ক'প কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: হেনৰী চেটিয়াৰ। 

২৫। পিষ্টল কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ : এছ. ক'ল্ট।

 

২৬। 'গেছ লাইট' কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: মাৰ্ড'ক।

২৭। ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: মেডাম কুৰি। 

২৮। ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: উইলিয়াম হাৰ্ব কেলে। 

২৯। বজ্ৰপাত পৰিবাহী কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: বেঞ্জামিন ফ্ৰেংকলিন। 

৩০। বৈদ্যুতিক পাংখা কোনে উদ্ভাৱন কৰিছিল 

উত্তৰ: এছ. হুইলাৰ। 

 

৩১। জলগতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? 

উত্তৰ: টৰেছেলি।

৩২।ওপঙা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: আৰ্কিমিডিছ। 

৩৩। জেট ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: এফ. হুইটল।

৩৪। বৈদ্যুতিক বাল্ব কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: থমাছ এডিছন। 

৩৫। গেছ ষ্টোভ কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: জেমছ শ্বাৰ্প। 

 

৩৬। চিলাই মেচিন কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: ইলিয়াছ হাওৱে।

৩৭। আপেক্ষিকতাবাদৰ তত্ব কোনে আগবঢ়াইছিল? 

উত্তৰ: আইনষ্টাইন। 

৩৮। অনাতাঁৰ তাঁৰবাৰ্তা প্ৰেৰণ পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: মাৰ্কানী।

৩৯। কোনে প্ৰথমে সেউজগৃহ প্ৰভাৱ (Green house effect) আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: জোচেফ ফৰিয়াৰ। 

৪০। ৰেফ্ৰিজাৰেটৰ (Refrigerator) কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: জে. ছেৰিশ্বন।

 

৪১। কোকা কোলা (Coca cola) কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: ডাঃ জে. এছ. পেম্বাৰটন।

৪২। হেলিকপ্টাৰ কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: চিৰকস্কি।

৪৩। সোতৰ শতিকাৰ আৰম্ভণিতেই মানৱ শৰীৰৰ বিষয়ে উইলিয়াম হাৰ্ভেই কি আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: ৰক্ত পৰিবহন। 

৪৪। ভিডিঅ' গেম কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: এম বুশ্বনেল। 

৪৫। গ্ৰাম'ফোন কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: বাৰ্লিনাৰে।

 

৪৬। মেচিন গান (Machine Gun) কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: আৰ. জে. গেটিং।

৪৭। সৰু আই (Small Pox)ৰ ছিটা কোনে প্ৰস্তুত কৰিছিল? 

উত্তৰ: এডৱাৰ্ড জেনাৰ।

৪৮। মহাজাগতিক ৰশ্মি কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: আৰ. এ. মিলিকান।

৪৯। পোহৰৰ বিদ্যুৎ চুম্বকীয় তত্ত্ব কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: মেক্সৱেল। 

৫০। বেলুন কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: মণ্টগল্ফাৰ ব্ৰাদাৰ্ছ।

 

৫১। পৰমাণুৰ নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: ই. ৰাডাৰফৰ্ড।

৫২। বৈদ্যুতিক মটৰ কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: নিক'লা টেছলা।

৫৩। মাইক্ৰ'ফোনৰ উদ্ভাৱন কোন আছিল? 

উত্তৰ: বেৰিনাৰ।

৫৪। পদাৰ্থৰ আকৰ্ষণ কৰিব পৰা ধৰ্মক কোনে 'বিদ্যুৎ' নামেৰে নামাকৰণ কৰিছিল? 

উত্তৰ: উইলিয়াম গিলবাৰ্ট। 

৫৫। অক্সিজেনৰ আৱিষ্কাৰক কোন আছিল? 

উত্তৰ: জে. বি. প্ৰিষ্টলী।

 

৫৬। লাউড স্পীকাৰ (স্বৰ বিবৰ্ধক যন্ত্ৰ) কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: এণ্ডাৰছন। 

৫৭। কোনজন বিজ্ঞানীয়ে পোহৰৰ তৰংগ তত্ত্ব আগবঢ়াইছিল? 

উত্তৰ: খ্ৰীষ্টিয়ান হাইজেন। 

৫৮। লাফিং গেছ (Laughing Gas) কোনে উদ্ভাৱন কৰিছিল? 

উত্তৰ: জে. প্ৰিষ্টলী।

৫৯। 'জাইৰস্ক'প কোনে আৱিষ্কাৰ কৰিছিল? 

উত্তৰ: জিন ফকাল্ট। 

৬০। ৰসায়ন বিজ্ঞানত পোন প্ৰথমে কোনে ন'বেল বঁটা লাভ কৰিছিল? 

উত্তৰ: জে. এইছ. ভল্টহফ।

 


Post a Comment

0 Comments