Zubeen Khetra জুবিন ক্ষেত্ৰত জলিলৰ মিঞাৰ এয়া কি কাণ্ড


জুবিন ক্ষেত্ৰত জলিলৰ মিঞাৰ এয়া কি কাণ্ড? পৱিত্ৰ জুবিন ক্ষেত্ৰত জলিলৰ কাণ্ড জানিলে হতবাক আপুনি!

  • এইবাৰ জুবিন ক্ষেত্ৰত ওলাইছে পকেটমাৰ।
  • সমন্বয়নৰ পূণ্যভূমি, জাতি-জনগোষ্ঠীৰ মিলন থলীলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰ। প্ৰতিদিনে জুবিন ক্ষেত্ৰলৈ আগমণ হৈছে হাজাৰ-হাজাৰ অনুৰাগীৰ।
  • সোণাপুৰৰ জুবিন ক্ষেত্ৰত হাতে-লোটে ধৰা পৰিল এটা গভাইত চোৰ।
  • চোৰটোৰ নাম আব্দুল জলিল মিঞা বুলি চিনাক্ত কৰা হৈছে। চোৰ আব্দুল জলিল মিঞাৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে।

Post a Comment

0 Comments