অসম ক্ৰীড়া সন্থাৰ দুই বিষয়াৰ চুৰান্ত সাম্প্ৰদায়িক মন্তব্য কল ৰেকডিং ভাইৰেল ।

অসম কাবাডী ক্ৰীড়া সন্থাৰ সম্পাদকক লৈ চুড়ান্ত সাম্প্ৰদায়িক মন্তব্য। 

অসম কাবাডী ক্ৰীড়া সন্থাৰ দুই বিষয়াৰ ফোন কল ৰেকডিং ভাইৰেল হৈ পৰিছে। দুই বিষয়া মুজিবুৰ আলি আৰু আলাউদ্দিন ৰহমানৰ ফোন বাৰ্তা ভাইৰেল। 

 

২২ব  বছৰে সম্পাদক পদত আছে আবেদুৰ ৰহমান। 


দুই বিষয়া মুজিবুৰ আলি আৰু আলাউদ্দিন ৰহমানৰ ভাইৰেল ফোন কল ৰেকডিং:



মুছলিমৰ হাতৰ পৰা যদি হিন্দুৰ হাতলৈ যায় যদি ঘুৰি নাহে আৰু...... আমিটো কাবাডী দম দেখুৱাই আছো আপুনি মই..... সেই বস্তুটো নহোৱা হৈ যাব সেই কাৰণে মোৰ ফালৰ পৰা ১০০% চাপৰ্ট আপনাৰ। আৰু মই নোৱাৰো মোৰ বিশেষ আৰু কিবা বেলেগ বেলেগ কৈছে....... ভোট পাম মই.. কিন্তু জিকাৰ ভোট নাপাওঁ মই জানোঁ।........ 👇👇👇👇

ভাইৰেল কল ৰেকডিং শুনিবলৈ ক্লিক কৰক: Click here

Post a Comment

0 Comments