প্ৰথম প্ৰৰ্যায় (১৪ মে' ২০২২) ত বিভিন্ন বিভাগৰ ২৩ হাজাৰ নিৱনুৱা যুৱক যুৱতীয়ে নিযুক্তি লাভ কৰিব।
৩৫ হাজাৰ নিযুক্তিৰ আবেদন প্ৰক্ৰিয়া চলি আছে। এই বছৰতে নিযুক্তি প্ৰদান কৰিব অসম চৰকাৰে।
১৫ হাজাৰ নিযুক্তিৰ ফলাফল কম সময়ৰ ভিতৰত প্ৰকাশ কৰিব ::
এই কথা প্ৰকাশ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেবে।