Mission Basundhara, Lastdate for application process is January 10.

Mission Basundhara 2.0  আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ 10 জানুৱাৰী, 2023 

মিছন বসুন্ধৰা আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ 31 মাৰ্চ 2023

 

মাটিৰ মালিকীস্বত্ব বিচাৰিছে তেন্তে 10 জানুৱাৰী 2023 আবেদনৰ অন্তিম সময়সীমা। 

এই আবেদন প্ৰক্ৰিয়া Online যোগে কৰিব পাৰিব। 

মিছন বসুন্ধৰা পৰ্টেলৰ অধীনত সাঙুৰি লোৱা ৯টা সেৱা:-

⛔ উত্তৰাধিকাৰ সূত্ৰে নামজাৰি। 

⛔ দলিল সূত্রে নামজাৰি বিবাদমুক্ত বটোৱাৰা। 

⛔ একচনীয়া পট্টাৰ ম্যাদী পঢ়াকৰণ মাটিৰ শ্রেণী পৰিবৰ্তন।

⛔ ৰাজহ নথিৰ পৰা দখল/স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন। 

 

⛔ আবষ্টিত মাটিৰ ম্যাদী পট্টাকৰণ। 

⛔ ভূমি নথিৰ সংশোধনী। 

⛔ ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তিৰ। 

⛔আনুমানিক মুঠ ব্যয় : ২০৯.৮৪ কোটি টকা। 

 

👉আঁচনিখন ৰূপায়ণৰ সময়ত এ এল আৰ আৰ ১৮৮৬-ৰ অধিনিয়ম ১২৬ আৰু ১৭৪ শিথিল কৰা হ'ব

👉গ্রামাঞ্চলত একচনীয়া পট্টা ম্যাদীকৰণৰ ক্ষেত্ৰত কিস্তি ৰেহাইৰ ব্যৱস্থা

👉সকলো ধৰণৰ ভূমি সম্পৰ্কীয় বিবাদ দূৰীকৰণৰ বাবে পৰৱৰ্তী বিধানসভা অধিবেশনত নতুন আইন অনা হ'ব

👉জৰীপৰ সা-সৰঞ্জাম সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ'ব

 

মিছন বসুন্ধৰাৰ সুবিধা সমূহ:

সাধাৰণ চৰকাৰী - চিলিং চৰকাৰী ভূমিৰ পট্টন দিয়া বসুন্ধৰা 2.0 (Mission Basundhara 2.0)

⛔দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান কৰিব চৰকাৰে।

 

⛔ গাৱলীয়া চৰণীয়া পথাৰত উপযুক্ত লোকক ভূমি পট্টন দিয়া হ'ব।

⛔ হস্তানৰিত একচনীয়া পট্টাৰ ভূমি চৰকাৰী কৰণ ক্ৰমে পট্টন ব্যৱস্থা।

 

⛔ যিসকল জনজাতীয় সম্প্ৰদায়ৰ লোক আছে তেওঁলোকক বংশানুক্ৰমে ভোগদখল কৰি থকা ভূমিৰ পট্টন দিয়া হব।

⛔ মাটিৰ খাজানা Offline ৰ সলনি Online পৰিশোধ কৰাৰ সুবিধা আছে।

 

এই আবেদন কৰিবলৈ কি কি নথি পত্ৰৰ প্ৰয়োজন হব:-

👉 স্থানীয় গাঁওবুঢ়াৰ প্ৰতিবেদন।

👉 মাটিৰ খাজনাৰ শেহতীয়া ৰচিত।

👉 যদি ৰায়তী খতিয়ানৰ নথিপত্ৰ আছে তেন্তে সুবিধা হ'ব আপোনাৰ বাবে।

অধিক জানিবলৈ Mission Basundhara 2.0, Help Line Number:- 18003452666

 

Mission Basundhara 2.0 Official Web-LinksClick here

LIST OF BASUNDHARA-2.0 SERVICES:-

Settlement of Khas and ceiling Surplus land:-  Click here

Settlement of Occupancy Tenant:- Click here

 

Settlement of special cultivators:- Click here

Settlement of hereditary land of Tribal Communities:- Click here

 

Settlement of AP transferred land from original AP holder:- Click here

Regularization of settlement of PGR VGR LAND:- Click here

Online payment of Land Revenue for villages under Tehsildar:- Click here

 


Post a Comment

0 Comments