২০২৩ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা
বন্ধৰ তালিকা
১৫ জানুৱাৰী (দেওবাৰ) মাঘ বিহু
১৬ জানুৱাৰী (সোমবাৰ) টুচু পূজা
২৩ জানুৱাৰী (সোমবাৰ) নেতাজীৰ জন্মদিন
২৪ জানুৱাৰী (মঙলবাৰ) বাথৌ পূজা
২৬ জানুৱাৰী (বৃহস্পতিবাৰ) গণৰাজ্য দিৱস
৩১ জানুৱাৰী (মঙলবাৰ) মে-ডাম-মে-ফী
৫ ফেব্ৰুৱাৰী (দেওবাৰ) বীৰ চিলাৰায় দিৱস
৭ মার্চ (মঙলবাৰ) দৌলযাত্রা
৭ এপ্রিল (শুক্ৰবাৰ) গুড ফ্রাইডে'
১৪, ১৫, ১৬ এপ্রিল— ৰঙালী বিহু
২০ এপ্রিল (বৃহস্পতিবাৰ) দামোদৰদেৱৰ তিথি
২১ এপ্রিল (শুক্রবাৰ) সতী সাধনী দিৱস
২২ এপ্রিল (শনিবাৰ) ঈদ-উল-ফিটৰ ১ মে' (সোমবাৰ) মে’ দিৱস
৫ মে’ (শুকুৰবাৰ) বুদ্ধ পূর্ণিমা
৫ জুন (সোমবাৰ) মাধৱদেৱৰ তিথি
২৯ জুন (বৃহস্পতিবাৰ)-ঈদ-উদ-জোহা
১৫ আগষ্ট (মঙলবাৰ) স্বাধীনতা দিৱস ১৮ আগষ্ট (শুকুৰবাৰ) শংকৰদেৱৰ তিথি
২৭ আগষ্ট (দেওবাৰ) কৰ্ম পূজা
৪ ছেপ্টেম্বৰ (সোমবাৰ) মাধৱদেৱৰ তিৰোভাৱ তিথি
৬ ছেপ্টেম্বৰ (বুধবাৰ) জন্মাষ্টমী
২৫ ছেপ্টেম্বৰ (সোমবাৰ) শংকৰদেৱৰ জন্মোৎসৱ ২ অক্টোবৰ (সোমবাৰ) গান্ধী জয়ন্তী
১৮ অক্টোবৰ (বুধবাৰ) কাতি বিহু
২১, ২২, ২৩ আৰু ২৪ অক্টোবৰ দুৰ্গা পূজা-বিজয়া দশমী
১২ নৱেম্বৰ (দেওবাৰ) কালী পূজা আৰু দীপাৱলী
১৫ নৱেম্বৰ (বুধবাৰ) ভাতৃ দ্বিতীয়া
১৯ নৱেম্বৰ (দেওবাৰ) ষট্ পূজা
২৪ নৱেম্বৰ (শুকুৰবাৰ) লাচিত দিৱস
২৭ নৱেম্বৰ (সোমবাৰ) গুৰু নানকৰ জন্মতিথি ২ ডিচেম্বৰ (শনিবাৰ) অসম দিৱস
২৫ ডিচেম্বৰ (সোমবাৰ) বৰদিন
অর্ধ ছুটী
৯ জুলাই (শনিবাৰ) মহৰম
২৮ অক্টোবৰ (শনিবাৰ) লক্ষ্মী পূজা