Assam Direct Recruitment Commission 2022 Grade-IV Written Exam


Assam Direct Recruitment Commission 2022 Grade-IV Written Exam. 

 

👉 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত?

উত্তৰ:- গুৱাহাটী

👉 ভাৰতত কেতিয়া প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন হয়?

উত্তৰ:- 1982 চনত

👉 পৃথিৱীৰ বৃহত্তম নদী কোনখন?

উত্তৰ:- আমাজন

 

👉 অ' মোৰ আপোনাৰ দেশ গীতটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

উত্তৰ:- বাঁহী

👉 অসমৰ লৌহ মানৱ কোন?

উত্তৰ:- বিষ্ণুৰাম মেধি

👉 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ:- আৰ্যভট্ট

👉 নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত অৱস্থিত?

উত্তৰ :- আহমেদাবাদ, গুজৰাট

 

👉 অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ কোনখন?

উত্তৰ:- অসম মেডিকেল কলেজ, ডিব্ৰুগড়

👉 জিম্বাবুৱেৰ ৰাজধানী কি?

উত্তৰ:- হাৰাৰে

👉আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা নাম কি?

 উত্তৰ:- ডুৰাণ্ড লাইন

👉 বাণ থিয়েটাৰ ক'ত অৱস্থিত?

উত্তৰ:- তেজপুৰ

👉 বাংলাদেশৰ মুদ্ৰা নাম কি?

উত্তৰ:- টাকা

 

👉 থাইলেণ্ডৰ ৰাজধানী কি?

উত্তৰ:- বেংকক

👉 শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদৰ লগত জৰিত?

উত্তৰ:- 21(A)

👉 ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন?

উত্তৰ:- ৰাকেশ শৰ্মা

👉 প্ৰথম অসমীয়া IAS কোন?

উত্তৰ:- আনন্দৰাম বৰুৱা

👉 8 মে তাৰিখে কোনটো দিৱস পালন কৰা হয়?

উত্তৰ:- ৰেডক্ৰচ দিৱস

 

👉 ভিক্টোৰিয়া মেমৰিয়েল হল ক'ত অৱস্থিত?

উত্তৰ:- কলকতা 

👉 নীতি আয়োগৰ অধ্যক্ষ কোন?

উত্তৰ:- প্ৰধানমন্ত্ৰী

👉 হিমা দাস কোনটো খেলৰ লগত জৰিত?

উত্তৰ:- এথলেটিকচ

👉 No ball কোনটো খেলত ব্যৱহাৰ কৰা হয়?

উত্তৰ:- ক্ৰিকেট 

👉 কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিছিল?

উত্তৰ:- ভাৰত ত্যাগ আন্দোলন

 

👉কোনটো শব্দ আমাৰ সংবিধানত উল্লেখ নাই?

উত্তৰ:- যুক্তৰাষ্ট্ৰ

👉North Eastern Police Academy (NEPA) কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰ:- মেঘালয়

👉LAD ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰ:- Local Area Development

👉 ইবন বটোতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?

উত্তৰ:- মহম্মদ বিন টুঘলক

👉আহোম সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল?

উত্তৰ:- পুৰন্দৰ সিংহ

 

👉শেহতীয়াকৈ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল?

উত্তৰ:- ৰতন টাটা

👉 UAE মুদ্ৰা নাম কি? 

উত্তৰ:- ডিৰহাম

👉 অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন?

উত্তৰ:- বিষ্ণুৰাম মেধি

   


Post a Comment

0 Comments