অসম আৰক্ষী লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ ২২,৯৫৮ হাজাৰ নিযুক্তি দিয়া ৰ পিছত আৰু নতুনকৈ ৩৮,৩০০ পদত অচিৰেই নিযুক্তি দিব ৰাজ্য চৰকাৰে।
অসম চৰকাৰৰ দ্বিতীয়টো বৃহৎ নিযুক্তিৰ অপেক্ষাত নিৱনুৱা যুৱক যুৱতীৰ।
বৰ্তমান দিয়া নিযুক্তি - পত্ৰ বিতৰণ: ২২,৯৫৮
- গৃহ বিভাগ: ৮,৮৬৭
- শিক্ষা বিভাগ: ১১,০৬৩
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ: ২,৮১৯
- জনস্বাস্থ্য কাৰিকৰী বিভাগ: ৩৩০
- জলসম্পদ বিভাগ: ১০৫
- সমাজ কল্যাণ বিভাগ: ৬৯
- কৃষি বিভাগ: ৫৫
- বন আৰু পৰিবেশ: ২৩
- শ্ৰমিক কল্যাণ বিভাগ: ১৭
- লোক নিৰ্মাণ (পথ): ৮
- খনি, খনিজাত পদাৰ্থৰ: ২
বৰ্তমান খালী হৈ থকা পদৰ সংখ্যা: ৩৮,৩০০
- গৃহ বিভাগ: ৯,২২৯
- শিক্ষা বিভাগ: ১৭, ০৯৯
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ: ২,৮১৯
- জনস্বাস্থ্য কাৰিকৰী বিভাগ: ১৯৬
- জলসম্পদ বিভাগ: ৮৪
- সমাজ কল্যাণ বিভাগ: ৪০১
- কৃষি বিভাগ: ৫৫
- বন আৰু পৰিবেশ: ১,৩৪৬
- শ্ৰমিক কল্যাণ বিভাগ: ৩৭
- লোক নিৰ্মাণ (পথ): ১,৯৫৫
- খনি, খনিজাত পদাৰ্থৰ: ৩৮৯
অসম আৰক্ষীৰ দহ (১০) টা নতুন বেটেলিয়ন গঠনৰ বাবে দহ (১০) হাজাৰ নতুন পদৰ লগতে ৰাজ্য চৰকাৰৰ ৪৮ টা বিভিন্ন বিভাগত ১,০০,৩৪৩ টা পদ খালী হৈ আছে। এই খালী হৈ থকা পদৰ নিযুক্তি অচিৰে দিব ৰাজ্য চৰকাৰে।
Assam Direct Recruitment 2022, Apply: Click here
Daily Info Web-app Available: Click here
Employment Exchange Apply: Click here
Recruitment Page: Click here