GENERAL KNOWLEDGE- সাধৰণ জ্ঞান
খিলফাৎ আন্দোলনত মহাত্মা গান্ধী জড়িত হোৱাটো কোনে বিচৰা নাছিল
উত্তৰ- মহম্মদ আলী জিন্না=
কাৰ বলিষ্ঠ পদক্ষেপত ভাৰতীয় ৰাজ্যসমূহ একত্ৰিত হৈছিল
উত্তৰ- চৰ্দাৰ বল্লভ ভাই পেটেল
কোনখন বাতৰি কাকত প্ৰকাশত জৱাহৰলাল নেহৰুৱে সহায় কৰিছিল
উত্তৰ- National
বৃটিছ প্ৰধানমন্ত্ৰী এটলীয়ে ক্ষমতা হস্তন্তৰ ঘোষণা কৰাৰ সময়ত ভাৰতত ভাইচৰয় কোন আছিল
উত্তৰ- লৰ্ড ৱাভেল
কোনে ৰাজনীতি এৰি পণ্ডিচেৰীত আশ্ৰম সাজিছিল
উত্তৰ- অৰবিন্দ ঘোষ
মহাত্মা গান্ধীয়ে সৰ্বপ্ৰথম সত্যাগ্ৰহ আন্দোলন ক'ত আৰম্ভ কৰিছিল
উত্তৰ- চম্পাৰণ
জনজাতীয় লোক বুজাবলৈ কোনে আদিবাসী শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল
উত্তৰ- থাক্কাৰ বাপ্পা
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনিষ্ঠিত হৈছিল
উত্তৰ- ব'ম্বে
ভাৰতত মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল
উত্তৰ- আগা খান
আজাদ হিন্দ ফৌজৰ বীৰসকলৰ বিচাৰ প্ৰক্ৰিয়া ক'ত আৰম্ভ হৈছিল
উত্তৰ- দিল্লী
ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল
উত্তৰ- ৱাৰেন হেষ্টিং
স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল
উত্তৰ- লৰ্ড মাউণ্টবেটন
কোনে 1905 চনত বংগ বিভাজন কৰিছিল
উত্তৰ- লৰ্ড কাৰ্জন
কোনজন ভাইচৰয়ে আন্দোমান দ্বীপ ভ্ৰমণ কৰাৰ সময়ত কয়েদী এজনৰ হাতত মৃত্যৃবৰণ কৰিছিল
উত্তৰ- লৰ্ড মেৱ'
ভাৰতত কোনজন বৃটীছ ভাইচৰয়ৰ দিনত জন গণনা কৰা হৈছিল
উত্তৰ- লৰ্ড ডাফৰিণ
মহাত্মা গান্ধীয়ে সৰ্বপ্ৰথমে অসহযোগ আন্দোলনৰ কেতিয়া আৰম্ভ কৰিছিল
উত্তৰ- 1920
ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল
উত্তৰ- লৰ্ড কেনিং
ভৰতত প্ৰথম স্বাধীনতা যুদ্ধ কেতিয়া যুঁজা হৈছিল
উত্তৰ- 1857
স্বাধীন ভাৰতৰ প্ৰথম আৰু শেষ ভাৰতীয় গৱৰ্ণৰ জেনেৰেল কোন আছিল
উত্তৰ- চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী
ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন
উত্তৰ- ৰাজা ৰামমোহন ৰয়
মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল
উত্তৰ- গোপাল কৃষ্ণ গোখলে
Give me blood, I Will give you freedom- কাৰ উক্তি-
উত্তৰ- সুভাষ চন্দ্ৰ বসু
কোনজন ব্যক্তিয়ে তিনিওখন ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰিছিল
উত্তৰ- মদন মোহন মালব্য
'ছাৰে জাহা সে অচ্ছা'-গীতটোৰ ৰচক কোন-
উত্তৰ- ছাৰ মহম্মদ ইকবাল
মহাত্মা গান্ধীৰ মৃত্যৃত কোনে কৈছিল. ''None will believe
that a man life this body and soul ever walked on this earth''
উত্তৰ- এলবাৰ্ট আইনষ্টাইন
কোনে ''জয় হিন্দ'' উক্তিৰে অভিবাদন জনাইছিল
উত্তৰ- সুভাষ চন্দ্ৰ বসু
কুইন ভিক্টোৰিয়া কেতিয়া ভাৰতৰ সম্ৰাজ্ঞী হিচাপে নিযুক্তি হৈছিল-
উত্তৰ- 1858
কোনে ফাঁচীকাঠত উঠি 'ইন ক্লাব জিন্দাবাদ' ধ্বনি দিছিল
উত্তৰ- শ্বহীদ ভগৎ সিং
জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংগঠিত হৈছিল
উত্তৰ- 1930
চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল
উত্তৰ- মংগল পাণ্ডে
কোনজন ব্যক্তিয়ে 1929 চনৰ লাহোৰ জে'লত 63 দিনলৈ আমৰণ অনশন কৰি মৃত্যৃবৰণ কৰিছিল
উত্তৰ- যতীন্দ্ৰ নাথ দাস
'ফৰৱাৰ্ড ব্লক'ৰ প্ৰতিষ্ঠাপক কোন-
উত্তৰ- সুভাষ চন্দ্ৰ বসু
ভাৰতৰ কোন ঠাইত প্ৰথম চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল
উত্তৰ- মীৰাট
ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়ত মহাত্মা গান্ধী ক'ত আছিল
উত্তৰ- কলকাতা
জালিৱানৱালাবাগত হত্যাকাণ্ডৰ খলনায়ক মাইকেল অ'ভায়াৰক লণ্ডনত কোনে হত্যা কৰিছিল
উত্তৰ- উধম সিং
মোহন দাস কৰমচান্দ গান্ধীক কোনে 'মহাত্মা' আখ্যা দিছিল
উত্তৰ- ৰবীন্দ্ৰ নাথ ঠাকুৰ
কোনে মহাত্মা গান্ধীক 'বাপু' আখ্যা দিছিল
উত্তৰ- সুভাষ চন্দ্ৰ বসু
মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক ফাঁচী দিয়া হৈছিল এজন আছিল নাথুৰাম গডছে, আনজন কোন আছিল-
উত্তৰ- দাত্তা তাৰায়া আপ্তে
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আজাদ হিন্দ ফৌজে সৰ্বপ্ৰথমে ভাৰতৰ কোন ঠাইত পতাকা উৰাইছিল
উত্তৰ- কহিমা
খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল
উত্তৰ- ড° বি.আৰ আম্বেদকাৰ
ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে
উত্তৰ- 395 টা
ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনিসৰি ভাৰতবৰ্ষৰ সকলো নাগৰিকৰে ভোটাধিকাৰ আছে
উত্তৰ- 326
ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনৰ জৰিয়তে ইয়াত 'সমাজবাদী' আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোগ কৰা হয়
উত্তৰ- 44
ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ কেইটা
উত্তৰ- ৬ টা
ভাৰতীয় সংবিধানৰ কিমান তম্ সংশোধনীৰ জৰিয়তে দহটা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে
উত্তৰ- 42
ভাৰতীয় সংবিধানৰ কিমানতমত নিৰ্দেশনাত্মক নীতিসমূহ সন্নিবিষ্ট কৰা হৈছে
উত্তৰ- চতুৰ্থ অধ্যায়
ভাৰতীয় সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে কেইপ্ৰকাৰৰ জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে
উত্তৰ- তিনি প্ৰকাৰৰ
কিমান চনত ভাৰতীয় সংসদে 73 নং আৰু 74 নং সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি নগৰ তথা গ্ৰাম্য অঞ্চলত স্থানীয় প্ৰশাসনৰ ব্যৱস্থা প্ৰদান কৰিছে
উত্তৰ- 1992
কিমান চনত 83 তম্ সংবিধান সংশোধনৰ দ্বাৰা 51(ক) অনুচ্ছেদত এটা আৰু কৰ্তব্য মৌলিক কৰ্ত তালিকাত অন্তৰ্ভুক্ত কৰা হয়
উত্তৰ- 1990
ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন স্বাধীনতাৰ পিছত কেতিয়া অনুষ্ঠিত হৈছিল
উত্তৰ- 1952
ভাৰতত কিমান চনৰ পৰিকল্পনা আয়োগ গঠন কৰা হয়
উত্তৰ- 1950
কিমান চনত ৰাজ্যসমূহৰ পুনৰ গঠনৰ বিষয়টো পৰ্যালোচনা কৰিবলৈ ৰাজ্য পুনৰ গঠন আয়োগ কৰা হয়
উত্তৰ- 1953
ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষৰ এজন ৰাষ্ট্ৰপতি থাকিব
উত্তৰ- 52
অৰুণাচল প্ৰদেশ কিমান চনৰ ৰাজ্য হয়
উত্তৰ- 1987
ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰিব পাৰি
উত্তৰ- 61
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল
উত্তৰ- ড° ৰাজেন্দ্ৰ প্ৰসাদ
ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্ৰধানমন্ত্ৰী পদত নিয়োগ কৰে
উত্তৰ- 75
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বিধানমণ্ডলত কেইখন সদন আছে
উত্তৰ- দুখন
ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান
উত্তৰ- 250 জন
লোকসভাৰ সদস্যৰ সংখ্যা কিমান
উত্তৰ- 547 জন
ভাৰতৰ কোনখন ৰাজ্যত সুকীয়া সংবিধান আছিল
উত্তৰ- জন্মু আৰু কাশ্মীৰ ত
কিমান তম্ সংশোধনীৰ পিছত ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানত সংযোজিত হয়
উত্তৰ- 42 তম
বৰ্তমান সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে
উত্তৰ- 11 টা
সংবিধানৰ 83নং অনুচ্ছেদ অনুসৰি সাধাৰণ অৱস্থাত লোকসভাৰ কাৰ্যকাল কিমান
উত্তৰ- 5 বছৰ
ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল-
উত্তৰ- ভাৰতীয় ৰিজাৰ্ভ বেংক
এখন দেশৰ মুদ্ৰা নীতি নিৰ্দ্ধাৰণৰ ভাৰ ন্যস্ত হৈ থাকে
উত্তৰ- কেন্দ্ৰীয় বেংকৰ ওপৰত
বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা প্ৰণালীটোৰ নাম হৈছে
উত্তৰ- বিনিময়
ভাৰতবৰ্ষত গ্ৰাম্য বেংক আঁচনি কিমান চনত গ্ৰহণ কৰা হয়
উত্তৰ- 1976
অসমত বিত্তীয় নিগম প্ৰতিষ্ঠা কেতিয়া হৈছিল
উত্তৰ- 1954
কোন চনত ভাৰতত 14 টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল
উত্তৰ- 1969
উত্তৰ পূব উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল
উত্তৰ- 1950
অসম সমবায় এপেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হয়
উত্তৰ- 1948
সম্পদ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল
উত্তৰ- উপযোগিতা
মুদ্ৰা ব্যৱস্থা আৱিস্কাৰৰ প্ৰথম স্তৰ হ'ল
উত্তৰ- বিনিময় প্ৰথা প্ৰচলন
অৰ্থ বিজ্ঞানৰ প্ৰধান সমস্যা হ'ল
উত্তৰ- দৰ্লভতা আৰু পছন্দ
চেক কি
উত্তৰ- লিখিত আদেশ
সামগ্ৰীৰ দৰ বৃদ্ধি হ'ল
উত্তৰ- চাহিদা হ্ৰাস হয়
মুদ্ৰা কি
উত্তৰ- বিনিময়ৰ মাধ্যম
বিহিত মুদ্ৰা জনসাধাৰণে
উত্তৰ- গ্ৰহণ কৰিব বাধ্য নহয়
মুদ্ৰা ছাপা কৰা অধিকাৰ কাৰ আছে
উত্তৰ- চৰকাৰী ছপাশালত
ঋণ কি
উত্তৰ- লেনদেন
ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হ'য়
উত্তৰ- 1935
লিড বেংক আঁচনি কেতিয়া প্ৰৱৰ্তন কৰা হ'য়
উত্তৰ- 1969
কি বেংকৰ লগত জনসাধৰণৰ প্ৰত্যক্ষ সম্পৰ্ক থাকে
উত্তৰ- ৰিজাৰ্ভ বেংক
উদ্যোগিক ঋণ যোগান ধৰা এক অনুষ্ঠান হ'ল
উত্তৰ- ভাৰতীয় উদ্যোগিক বিত্ত নিগম
মুদ্ৰাস্ফীতিৰ ফলত
উত্তৰ- দৰ স্তৰ বৃদ্ধি হয়
বজাৰ হ'ল
উত্তৰ- কিনা-বেচা কৰা এক স্থান
একচেটীয়া বজাৰত বিক্ৰেতাৰ সংখ্যা হ'ল
উত্তৰ- এজন
একচেতিয়া বজাৰত বিক্ৰেতাৰ মুখ্য উদ্দেশ্য হ'ল
উত্তৰ- সৰ্বাধিক লাভ
ভাৰতে আমদানি কৰা এবিধ প্ৰধান সামগ্ৰী হ'ল
উত্তৰ- ৰাসয়নিক সাৰ
পঞ্চবাৰ্ষিক পৰিকল্পনা ধাৰণাটো আগবঢ়াইছিল
উত্তৰ- জৱহৰলাল নেহৰু
ভাৰতত পোন প্ৰথমবাৰৰ কোন বেংক স্থাপিত হৈছিল
উত্তৰ- সমবায় বেংক
ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন কৰা হৈছিল
উত্তৰ- 1950 চনৰ মাৰ্চ মাহত
ভাৰতৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কোন চনত হৈছিল
উত্তৰ- 2007 চনৰ 1 এপ্ৰিল
উত্তৰ পূৱ পৰিষদৰ সচিবালয় ক'ত অৱস্থিত
উত্তৰ- শ্বিলং (মেঘালয়)
অসমৰ সৰ্বপ্ৰথম তেল শোধানাগাৰ ক'ত স্থাপন কৰা হয়
উত্তৰ- ডিগবৈ
অসমত কেতিয়া চাহ কোম্পানী গঠন কৰা হয়
উত্তৰ- 1939 চনত
অসমত চাহ গছ কেতিয়া আৱিস্কাৰ কৰা হয়
উত্তৰ- 1815
NABARD কোন চনত গঠন কৰা হৈছিল
উত্তৰ- 1982 চনত
অসমৰ বনাঞ্চলৰ আটাইতকৈ মূল্যবান গছৰ নাম কি
উত্তৰ- শাল
101.অসমত চাহগছ কেতিয়া আৰম্ভ হৈছিল
উত্তৰ- 1820 চনত