- ভাৰতৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম
- বিভিন্ন ক্ষেত্ৰত প্ৰথম ভাৰতীয় / ভাৰতৰ প্ৰথম
- কোন স্থানত কি বুলি জনা যায়
- কোন ব্যক্তিক কি বুলি জনা যায়
- কেইখনমান ঠাইৰ পুৰণি আৰু নতুন নাম
- কিছুমান বিশ্ববিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ
- কিছুমান উল্লেখযোগ্য দিৱস
- পৃথিৱীৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম
- আৱিষ্কাৰ আৰু আৱিষ্কাৰক
- পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰাৰ নাম
- পৃথিৱীৰ বিভিন্ন দেশৰ স্বাধীনতা
1. ভাৰতৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম
বৃহত্তম
- বৃহত্তম নদী:- গংগা (২,৬৪০ কিঃ মিঃ)
- বৃহত্তম পুথিভঁৰাল : নেচনেল লাইব্ৰেৰী, কলকাতা।
- বৃহত্তম জনবহুল নগৰ : মুম্বাই।
- বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল : আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।
- বৃহত্তম নদী-দ্বীপ : মাজুলী।
- বৃহত্তম চিৰিয়াখানা : জু-লজিকেল
গাৰ্ডেন, কলকাতা।
- বৃহত্তম যাদুঘৰ : ভাৰতীয় যাদুঘৰ, কলকাতা।
- বৃহত্তম মছজিদ : জুমা
মছজিদ, দিল্লী।
- বৃহত্তম হ্ৰদ : কাল্লেৰু, অন্ধ্ৰপ্ৰদেশ (৯০০ বৰ্গ কিঃমিঃ)
- বৃহত্তম গুৰুদ্বাৰ : স্বৰ্ণ
মন্দিৰ, অমৃতসৰ।
- বৃহত্তম মৰুভূমি : থৰ
মৰুভূমি, ৰাজস্থান।
- বৃহত্তম ব-দ্বীপ : সুন্দৰবন।
- বৃহত্তম বান্ধ : নাগাৰ্জনা
সাগৰ।
- বৃহত্তম চিনেমা হল : থাংগাম, মাদুৰাই।
- বৃহত্তম গুহা মন্দিৰ : ৰাইলো, মহাৰাষ্ট্ৰ।
- বৃহত্তম গীৰ্জা : ছে
কেথেড্ৰেল, গোৱা।
- বৃহত্তম গুহা : অমৰনাথ গুহা
উচ্চতম
- উচ্চতম টিভি টাৱাৰ : মুম্বাই।
- উচ্চতম জলপ্ৰপাত : গাৰছোপ্পা
জলপ্ৰপাত, কৰ্ণাটক।
- উচ্চতম ওলোমা দলং : পৱগড়, গুজৰাট ।
- উচ্চতম পথ : খাৰডুনগ্না
(৫,৬৮২ মিঃ)
- উচ্চতম স্তম্ভ : কুটুবমিনাৰ
- উচ্চতম বান্ধ : ভাক্তা
বান্ধ, পঞ্জাৱ।
- উচ্চতম বিমান বন্দৰ : লেহ, লাডাখ।
দীৰ্ঘতম
- দীৰ্ঘতম নদী : গংগা (২,৬৪০ কিঃ মিঃ)
- দীৰ্ঘতম দলং : ভূপেন হাজৰিকা
ব্ৰীজ(দলং), লোহিত নদী
(৩০,০২০ ফুট)
- দীৰ্ঘতম বান্ধ : হীৰাকুদ
বান্ধ।
- দীৰ্ঘতম ৰে'লৱে প্লেটফৰ্ম : খড়গপুৰ।
- দীৰ্ঘতম যাত্ৰীবাহী ৰে'ল : গুৱাহাটী-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ।
- দীৰ্ঘতম সুৰংগ : পাৰছিক
সুৰংগ।
- দীৰ্ঘতম ওলোমা দলং : বিদ্যাসাগৰ সেতু, কলিকতা (৪২৩ মিটাৰ)।
ক্ষুদ্ৰতম
- ক্ষুদ্ৰতম নদী-দ্বীপ : উমানন্দ, গুৱাহাটী।
- ক্ষুদ্ৰতম ৰাজ্য : গোৱা।
- সৰ্বোচ্চ সন্মান : ভাৰত
ৰত্ন।
- সৰ্বাধিক বৰষুণ হোৱা ঠাই : মৌছিনৰাম।
- সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য : উত্তৰপ্ৰদেশ।
- ভাৰতৰ প্ৰথম ইংৰাজ গৱৰ্ণৰ জেনেৰেল : ওৱাৰেণ হেষ্টিংছ।
- ভাৰতৰ প্ৰথম ভাইছৰয় : লৰ্ড
কেনিং।
- স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল : লৰ্ড মাউণ্টবেটেন।
- ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ : হীৰালাল ডে. কানিয়া।
- ভাৰতৰ প্ৰথম সেনাধ্যক্ষ : ভাইচ এডমিৰেল আৰ. ডি. কাৰ্টাৰি
- প্ৰথম ভাৰতীয় গৱৰ্ণৰ জেনেৰেল : চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।
- দক্ষিণ মেৰুত পদাৰ্পন কৰা প্ৰথম ভাৰতীয় : কৰ্ণেল আই. কে. ৰাজাজ।
- প্ৰথম ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা : মিহিৰ সেন (পুৰুষ)।
- প্ৰথম ইংলিছ চেনে সাঁতুৰি পাৰ হোৱা : আৰতি সাহা (মহিলা)।
- মেগছেছ বঁটা পোৱা প্ৰথম ভাৰতীয় : বিনোৱা ভাবে।
- নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় : ৰবীন্দ্ৰ নাথ ঠাকুৰ।
- ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি : ড° ৰাজেন্দ্ৰ প্ৰসাদ।
- ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী : জৱাহৰলাল
নেহৰু।
- ভাৰতৰ প্ৰথম চলচ্চিত্ৰ পৰিচালক : দাদা চাহেব ফাল্কে।
- প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী : সুচেতা কৃপালিনী।
- প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল : সৰোজনী
নাইডু।
- প্ৰথম মহিলা প্ৰধানমন্ত্ৰী : ইন্দিৰা
গান্ধী।
- উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ : ফাতেমা বিবি।
- প্ৰথম মহিলা আই. পি. এছ (IPS) : কিৰণ বেদি।
- প্ৰথম ভাৰতীয় মহাকাশচাৰী : ৰাকেশ
শৰ্মা।
- প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী : কল্পনা চাওলা।
- প্ৰথম ভাৰতীয় চাৰ্কাছ : চাত্ৰে
চাৰ্কাছ।
- ভাৰতৰ প্ৰথম মহাবিদ্যালয় : উইলিয়াম কলেজ, কলকাতা।
- ভাৰতৰ প্ৰথম ৰঙীন টেলিভিচন সেৱা আৰম্ভ : ১৯৮২ চনৰ ২৫ এপ্ৰিল।
- ভাৰতৰ প্ৰথম আই আই টি (IIT) : খড়গপুৰ।
- প্ৰথম ভাৰতীয় স্নাতক : বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বোস (১৮৫৮)
- অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় : ফু
দৰ্জি।
- প্ৰথম ভাৰতীয় 'মিছ ইউনিভাৰ্ছ' : সুস্মিতা সেন।
- ভাৰতৰ প্ৰথম মাণি অৰ্ডাৰ প্ৰথাৰ প্ৰচলন : ১ জানুৱাৰী ১৮৮০
- ভাৰতৰ প্ৰথম বাতৰি কাকত : দি
বেঙ্গল গেজেট।
- ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয় : অন্ধ্ৰপ্ৰদেশ মুকলি বিশ্ববিদ্যালয়।
- অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় : ভানু আঠাইয়া।
- ভাৰতৰ প্ৰথম তাৰকাগৃহ : বিৰলা প্লেনেটৰিয়াম, কলকাতা।
- ভাৰতৰ প্ৰথম ডাকঘৰ : কলকাতা (১৮৫৪)
- ভাৰতৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ :
দিল্লী।
- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি : বিজয়লক্ষ্মী পণ্ডিত।
- প্ৰথম মহিলা স্নাতক : কাদাম্বিনী গাঙ্গুলী, চন্দ্ৰমুখী বসু।
- প্ৰথম মহিলা ভাৰতৰত্ন : ইন্দিৰা
গান্ধী।
- প্ৰথম মহিলা ডাক্তৰ : কাদাম্বিনী
গাঙ্গুলী।
- প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহ : আৰ্য্যভট্ট।
- প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী : আশাপূৰ্ণা দেৱী।
3. কোন স্থানত কি বুলি জনা যায়
- পৃথিৱীৰ ভূস্বৰ্গ : কাশ্মীৰ।
- পিঙ্ক চিটি : জয়পুৰ।
- গাৰ্ডেন চিটি : বাংগালোৰ।
- স্বৰ্ণবস্ত্ৰৰ গাঁও : শুৱালকুছি।
- কুইন অব দা আৰ্ৰেবিয়ান ছি : কোচি।
- লেণ্ড অব ফাইফ ৰিভাৰ্চ : পাঞ্জাৱ।
- নীলা পাহাৰ : নীলগিৰি।
- গেটৱে অৱ ইণ্ডিয়া : মুম্বাই।
- চিটি অব পেলেচেছ : কলকাতা।
- ভেনিছ অব দা ইষ্ট : কোচিন।
- চিটি অব গোল্ডেন টেম্পল : অমৃতসৰ।
4. কোন ব্যক্তিক কি বুলি জনা যায়
- বাল গংগাধৰ তিলক : লোকমান্য।
- জয়প্ৰকাশ নাৰায়ণ : লোকনায়ক।
- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী : ৰাজাজী।
- ৰবীন্দ্ৰ নাথ ঠাকুৰ : গুৰুদেৱ।
- সুবাস চন্দ্ৰ বসু : নেতাজী।
- সৰোজনী নাইডু : ভাৰতৰ
নাইটিংগেল।
- লাল লাজপত ৰায় : পাঞ্জাৱ
কেশৰী।
- মোহন দাস কৰমচাদ গান্ধী : মহাত্মা বাপু।
- জৱাহৰলাল নেহৰু : চাচা
পণ্ডিতজী।
- খান আব্দুল গফুৰ খান : সীমান্ত গান্ধী।
5. কেইখনমান ঠাইৰ পুৰণি আৰু নতুন নাম
পুৰণি নাম
নতুন নাম
- মাদ্ৰাজ চেন্নাই
- বোম্বাই মুম্বাই
- ত্ৰিবান্দ্ৰম থিৰুৱানন্তপুৰম
- বিজাগাপট্টম বিশাৰাপট্টনম
- পুনা পুনে
- বেনাৰছ বাৰানসী
- কাওনপোৰ কানপুৰ
- গৌহাটী
গুৱাহাটী
- কলিকতা
কলকাতা
- পাঞ্জিম পানাজি
- জুলনডুৰ জলন্ধৰ
6. কিছুমান বিশ্ববিখ্যাত গ্ৰন্থ আৰু গ্ৰন্থকাৰ
গন্থ
গ্ৰন্থকাৰ
- হৰ্ষচৰিত বাণভট্ট
- ন হন্যতে মৈত্ৰেয়ী দেৱী
- মহাভাৰত বেদব্যাস
- ৰামচৰিত মানস তুলসীদাস
- ৰামায়ণ
বাল্মীকি
- ৰাজতৰংগিনী কহলান
- গীতাঞ্জলী
ৰবীন্দ্ৰ নাথ ঠাকুৰ
- উত্তৰ ৰামচৰিত
সৰ্বপল্লী ৰাধাকৃষ্ণণ
- কথা সৰিৎ সাগৰ
ভৱভূতি
/ সোমদেৱ
- গড অব স্মল থিংছ অৰুন্ধতী ৰায়
- গীত গোবিন্দ
জয়দেৱ
- আনন্দ মঠ বংকিম চন্দ্ৰ চেটাৰ্জী
- আকবৰ নামা আবুল ফজল
- আইন-ই-আকবৰী আবুল ফজল
- অৰ্থশাস্ত্ৰ কৌটিল্য
- অভিজ্ঞান-শকুন্তলা
কালিদাস
- বিশ্ব ইতিহাস জিলিঙনি জৱহৰলাল নেহৰু
7. কিছুমান উল্লেখযোগ্য দিৱস
- ২৬ জানুৱাৰী : গণতন্ত্ৰ
দিৱস
- ২৮ জানুৱাৰী : ৰাষ্ট্ৰীয়
বিজ্ঞান দিৱস
- ৮ মাৰ্চ : বিশ্ব নাৰী
দিৱস
- ১৫ মাৰ্চ : বিশ্ব
গ্ৰাহক সুৰক্ষা দিৱস
- ২১ মাৰ্চ : বিশ্ব বন
দিৱস
- ৭ এপ্ৰিল : বিশ্ব স্বাস্থ্য দিৱস
- ১৮ এপ্ৰিল : বিশ্ব
ঐতিহ্য দিৱস
- ২৩ এপ্ৰিল : বিশ্ব
গ্ৰন্থ দিৱস
- ১ মে' : শ্ৰমিক দিৱস
- ৮ মে' : ৰেডক্ৰছ
দিৱস
- ১৩ মে' : ৰাষ্ট্ৰীয়
সংহতি দিৱস
- ২১ মে' : সন্ত্ৰাস
বিৰোধী দিৱস
- ৩১ মে' : বিশ্ব
ধূমপান বিৰোধী দিৱস
- ৫ জুন : বিশ্ব পৰিবেশ দিৱস
- ২৯ জুন : পৰিবেশ দিৱস
- ১৫ আগষ্ট : স্বাধীনতা
দিৱস (ভাৰত)
- ৫ ছেপ্তেম্বৰ : শিক্ষক
দিৱস (ভাৰত)
- ৮ ছেপ্টেম্বৰ : বিশ্ব
স্বাক্ষৰতা দিৱস
- ২ অক্টোবৰ : গান্ধী
জয়ন্তী
- ৪ অক্টোবৰ : বিশ্ব
বন্যপ্ৰাণী দিৱস
- ১৬ অক্টোবৰ : বিশ্ব খাদ্য
দিৱস
- ২৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘ
দিৱস
- ১৪ নবেম্বৰ : শিশু দিৱস
- ১৬ নবেম্বৰ : ৰাষ্ট্ৰীয়
প্ৰেছ দিৱস
- ১৯ নবেম্বৰ : কৌমি একতা
দিৱস
- ২০ নবেম্বৰ : সংখ্যালঘু
কল্যাণ দিৱস
- ১ ডিচেম্বৰ : বিশ্ব এইডছ
দিৱস
- ১০ ডিচেম্বৰ : মানৱ অধিকাৰ
দিৱস
- ২৩ ডিচেম্বৰ : কৃষক দিৱস
8. পৃথিৱীৰ বৃহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম
- বৃহত্তম মছজিদ : শ্বাহ
ফাইছাল মছজিদ, পাকিস্তান।
- বৃহত্তম মোহনা : অবু, ত্তৰ ৰাছিয়া।
- বৃহত্তম গম্বুজ : লওউছিয়ানা
ছুপাৰডম, আমেৰিকা।
- বৃহত্তম নদীদ্বীপ : মাজুলী
- বৃহত্তম স্থলচৰ প্ৰাণী : আফ্ৰিকাৰ
বনৰীয়া হাতী।
- বৃহত্তম চৰাই : উট
পক্ষী।
- বৃহত্তম আগ্নেয়গিৰি : মৌনা
লাও
- বৃহত্তম চিনেমা হল : ৰক্সি, নিউয়ৰ্ক।
- উচ্চতম ঠাই : এল অজিজিয়া, লিবিয়া।
- শীতলতম ঠাই : ভষ্টক, ষ্টেচন, এণ্টাৰ্কটিকা।
- দ্ৰুতবেগী চৰাই :
ছুইফট।
- গভীৰতম হ্ৰদ : অজেৰ'বৈকাল।
- ক্ষুদ্ৰতম চৰাই : হাৰ্মিং
বাৰ্ড।
- ক্ষুদ্ৰতম জনসংখ্যাৰ দেশ : ভেটিকান
চিটি।
- ক্ষুদ্ৰতম মহাদেশ : অষ্ট্ৰেলিয়া।
9. আৱিষ্কাৰ আৰু আৱিষ্কাৰক
আৱিষ্কাৰ
আৱিষ্কাৰক
- উৰাজাহাজ : ৰাইট ভাতৃদ্বয়
- হেলিকপ্টাৰ : ব্ৰিনাম
- টেলিভিচন : জনলগি বেয়াৰ্ড
- নাইলন : ৱালেঞ্চ কেৰোদাৰছ
- দিয়াচলাই : ওৱাকাৰ
- ৰে'ল ইঞ্জিন : ষ্টিফেনচন
- ডিজেল ইঞ্জিন : মেকমিলান
- বাইচাইকেল : ট'ৰিচেলি
- বেলুন : মণ্টগ্লফাৰ
- এটম বোমা : অটোহান
- চেফটিপিন : ৱাল্টাৰ হাণ্ট
- ৰেফ্ৰিজাৰেটৰ : ফাৰ্ডিনান্দ কাৰে
- টেলিফোন : গ্ৰাহাম বেল
- ফাউণ্টেন পেন : লুই ৱাটাৰমেন
- অনাতাঁৰ : মাৰ্কনি
- ছাৱমেৰিণ :
জন পি হলেণ্ড
- চিলাই মেচিন :
টমাছ ছেইণ্ট
- নিৰাপদ চাকি : হামফ্ৰি ডেভি
- পেণ্ডুলাম ঘড়ী : হাইজেনছ
- প্ৰেছাৰ কুকাৰ : জেনিচ পেপিন
- ভাপ ইঞ্জিন : জেমছ ৱাট
- বিজুলী বাতি :
টমাছ
আলভা এডিচন
- চ'ডাপানী : থমচন
- চছমা : আৰ্মেটাচ
- ডাইনামো : মাইকেল ফেৰাডে
- ৰমণ এফেক্ট : চি. ভি. ৰমণ
- ৰেডিয়াম : মেডাম কুৰী
- পেনিচিলিন : আলেকজেণ্ডাৰ ফ্লেমিং
- হাউড্ৰ'জেন : হেনৰী কেভেনডিছ
- নাইট্ৰ'জেন : ডেনিয়েল ৰাদাৰ ফ'ৰ্ড
- অক্সিজেন : জোচেফ প্ৰিছলি/কাৰ্ল স্কিলি
- এলুমিনিয়াম : অষ্টেড
- অ'জেন : স্কন বেইন
- প্ৰ'টন : আৰ্নেষ্ট ৰাজাৰ ফ'ৰ্ড
- প্লুটো : ক্লাইভ টমবাগ
- নিউট্ৰন : জেমছ চেডউইক
- মধ্যাকৰ্ষণ সূত্ৰ :
আইজাক নিউটন
10. পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰাৰ নাম
দেশ
মুদ্ৰা
- ভাৰত টকা
- শ্ৰীলংকা ৰূপী
- নেপাল ৰূপী
- ভূটান গালট্ৰাম
- চীন য়ুৱান
- পাকিস্তান ৰুপিয়া (টকা)
- বাংলাদেশ টাকা
- চুইজাৰলেণ্ড ছুইছ ফ্ৰাঙ্ক
- জাৰ্মানী ডাচ মাৰ্ক
- তুৰস্ক লিৰা
- আলজেৰিয়া ডিনাৰ
- আফগানিস্তান আফগানি
- ইজিপ্ত পাউণ্ড
- ইৰাক ডিনাৰ
- কিউবা পেছো
- কানাডা ডলাৰ
- কম্বোডিয়া ৰিয়েল
- গ্ৰীচ ড্ৰাকমা
- ঘানা চেদি
- ছুডান পাউণ্ড
- ডেনমাৰ্ক ক্ৰোন
- পোলেণ্ড জণ্টি
- ফ্ৰাঞ্চ ফ্ৰাঙ্ক
- স্পেইন পেছেটা
- ৰাছিয়া ৰুবল
- লাওছ কিপ
- ভিয়েটনাম ডঙ
- মৰক্কো ডিহৰাম
- মালেয়ছিয়া ৰিংগিট
- ছৌডি আৰৱ ৰিয়েল
- অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়ান ডলাৰ
- অষ্ট্ৰিয়া ইউৰো
- আজাৰবেইজান মানাট
- বাৰমুডা বাৰমুডা ডলাৰ
- চিলি পেচো
- জাপান ইয়ন
- ইটালী ইউৰো
- মেক্সিকো : নিউ পেইচো
- মংগোলীয়া : টুগ্ৰিক
- ৰাছিয়া : ৰুৱেল
- দক্ষিণ আফ্ৰিকা : ৰানডাচ
- ইংলেণ্ড : পাউণ্ড
- আমেৰিকা : ডলাৰ
11. পৃথিৱীৰ বিভিন্ন দেশৰ স্বাধীনতা
- ৪ জানুৱাৰী : ম্যানমাৰ
- ৪ ফেব্ৰুৱাৰী : শ্ৰীলংকা
- ১৮ ফেব্ৰুৱাৰী : নেপাল
- ২৫ মাৰ্চ : গ্ৰীচ
- ১৮ এপ্ৰিল : জিম্বাৱৱে
- ২৭ এপ্ৰিল : দক্ষিণ
আফ্ৰিকা
- ৩ মে' : পোলেণ্ড
- ২৮ মে' : আৰ্মেনিয়া
- ২ জুন : ইটালী
- ১২ জুন : ফিলিপাইন
- ৪ জুলাই : আমেৰিকা যুক্তৰাষ্ট্ৰ
- ৫ জুলাই : ৰাৱাণ্ডা
- ১৪ জুলাই : ফ্ৰান্স
- ২০ জুলাই : কলম্বিয়া
- ২৬ জুলাই : মালদ্বীপ
- ২৮ জুলাই : পেৰু
- ১৪ আগষ্ট : পাকিস্তান
- ১৫ আগষ্ট : ভাৰত
- ১০ অক্টোবৰ : চীন
- ৭ নবেম্বৰ : ৰাছিয়া
- ২০ ডিচেম্বৰ : ইণ্ডোনেছিয়া