CURRENT AFFAIRS 2021

:::CURRENT AFFAIRS:::

১। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এইবাৰ অসমৰ কোনগৰাকী ব্যক্তিক গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীত্ব প্ৰদান কৰিছে? 

উত্তৰ :- সৰ্বানন্দ সোনোৱাল। 


২। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী কোন? 

উত্তৰ :- ডাঃ ৰণোজ পেগু। 


৩। শেহতীয়াকৈ ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড অনুষ্ঠানত বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? 

উত্তৰ :- ৰণুৱা। 

Download Daily Info Web-app Available:Click here


৪। কোনখন বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন অনুসৰি, বায়ু প্ৰদূষণৰ ফলত ভাৰতীয়সকলৰ জীৱন ৯ বছৰ হ্ৰাস কৰিব পাৰি? 

উত্তৰ :- চিকাগো বিশ্ববিদ্যালয়। 


৫। আই. আই. টিয়ে ৰোপাৰ আৰু কানপুৰৰ বিজ্ঞানীসকলৰ দ্বাৰা বিশ্বৰ প্ৰথম উদ্ভিদ-আধাৰিত স্মাৰ্ট এয়াৰ পিউৰিফায়াৰ আৰু কোনখন বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা অধ্যয়ন অনুষেদ বিকশিত কৰিছিল? 

উত্তৰ :- দিল্লী বিশ্ববিদ্যালয়। 


৬। জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয় গৰাকী অসমীয়া সাহিত্যিক কোন? 

উত্তৰ :- নীলমণি ফুকন। 


৭। ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা কোন গৰাকী অসমীয়া কবিয়ে লাভ কৰিছে? 

উত্তৰ :- নীলমণি ফুকন।


৮। কোনখন ৰাষ্ট্ৰই G-7 সন্মিলন ২০২১ আয়োজন কৰিছে? 

উত্তৰ :- ইউ.কে (UK) 

Daily Information Web-app Download


৯। যুৱ লেখকসকলক পৰামৰ্শ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা নতুন আঁচনিটোৰ নাম কি? 

উত্তৰ :- YUVA


১০। অসম ৰাজ্যৰ আধ্যাত্মিক পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিটোৰ নাম কি? 

উত্তৰ :- অসম দৰ্শন। 


১১। জাৰ্মানীৰ ইণ্ডো-জাৰ্মান 'Film Week' ত অসমৰ কোনগৰাকী অভিনেতাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে? 

উত্তৰ :- আদিল হুছেইন। 


১২। ২০২১ বৰ্ষৰ কোন দুইগৰাকী ব্যক্তিয়ে 'শিল্পী বঁটা' লাভ কৰিছে? 

উত্তৰ :- ইন্দ্ৰেশ্বৰ পেগু আৰু নমিতা ভট্টাচাৰ্য। 


১৩। গুৱাহাটী মহানগৰত মহিলা আৰু জেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া চিটি বাছ সেৱাটোৰ নাম কি? 

উত্তৰ :- গোলাপী বাছ সেৱা। 


১৪। বৰ্তমান অসম চৰকাৰৰ মূখ্য সচিব গৰাকীৰ নাম কি? 

উত্তৰ :- জিষ্ণু বৰুৱা।

১৫। বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা কোনে লাভ কৰিছে? 

উত্তৰ :- ৰতিপ্ৰভা গগৈ। 


১৬। ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক 'Amazon of the East' বুলি জনা যায়? 

উত্তৰ :- দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। 


১৭। প্ৰথম ভাৰতীয় ডেয়াৰী কোম্পানী হিচাপে কোনটো কোম্পানীয়ে 'Rabobank's Global Top 20 Companies' তালিকাত ১৬তম স্থান অধিকাৰ কৰিছে? 

উত্তৰ :- আমূল। 


১৮। World Blood Donar Day-2021 ৰ বিষয়বস্তু কি? 

উত্তৰ :- Give blood and keep the world beating. 


১৯। ২০২০ চনৰ ৩১ আগষ্টত ভাৰতৰ কোনগৰাকী ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছে? 

উত্তৰ :- প্ৰণব মুখাৰ্জী।


২০। শেহতীয়াভাৱে বিশ্বৰ দ্বিতীয় এক্টিভ ইন্টাৰনেশ্যনেল গোস  স্কোৰাৰ হিচাপে কোন ভাৰতীয় ফুটবলাৰে স্বীকৃতি লাভ কৰিছে? 

উত্তৰ :- সুনীল ছেত্ৰী। 


২১। ভাৰতৰ তৃতীয় শ্ৰেষ্ঠ পৰিবেশ বিজ্ঞানী হিচাপে অসমৰ কোনগৰাকী ব্যক্তিয়ে সন্মান লাভ কৰিছে? 

উত্তৰ :- ড°কৃষ্ণ গোপাল ভট্টাচাৰ্য। 


২২। অসমৰ কোনগৰাকী বক্সাৰে খেল ৰত্ন বঁটা লাভ কৰিছে? 

উত্তৰ :- লাভলীনা বৰগোহাঁই। 


২৩। "ৱান ছাৱা উৎসৱ" তিৱাসকলে কিমান বছৰৰ মূৰে মূৰে পালন কৰে? 

উত্তৰ :- ৫ বছৰ। 


২৪। ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ কমলা উৎপাদন কৰা বুলি স্বীকৃতি পোৱা অসমৰ জিলাখনৰ নাম কি? 

উত্তৰ :- কাৰ্বি আংলং। 


২৫। বিশ্বৰ সৰ্ববৃহৎ হকী ষ্টেডিয়ামখন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত নিৰ্মাণ কৰা হৈছে? 

উত্তৰ :- Orissa Birsha Munda Stadium 


২৬। অজন্তা নেওঁগে উপস্থাপন কৰা শেহতীয়া অসম বাজেটত কোনখন অভয়াৰণ্যৰ প্ৰস্তাৱ ৰখা হৈছে? 

উত্তৰ :- অজগৰ (গোৱালপাৰা) 


২৭। কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম জলাতংক মুক্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে? 

উত্তৰ :- গোৱা। 


২৮। বায়ুসেনাত অসমৰ প্ৰথম মহিলা উইং কমাণ্ডাৰ হিচাপে অসমৰ কোনে নিযুক্তি লাভ কৰিছে? 

উত্তৰ :- বৰ্ণালী গগৈ। 


২৯। 'অমিত শ্বাহ আৰু অগ্ৰগামী বিজেপি' নামৰ গ্ৰন্থখনৰ অনুবাদ কোন? 

উত্তৰ :- ড° হিমন্ত বিশ্ব শৰ্মা। 

৩০। ২০২০ চনৰ ৩১ অক্টোবৰৰ পৰা কোনখন ৰাজ্যত 'Seaplane Service' আৰম্ভ কৰা হৈছে? 

উত্তৰ :- গুজৰাটত। 


৩১। ভাৰতৰ কোন ৰাজ্যত সম্প্ৰতি ওনাম উৎসৱ পালন কৰা হ'ল? 

উত্তৰ :- কেৰেলা। 


৩২। 'Fide Online Chess Olympiad' ত কোন দুটা দলে যৌথভাৱে জয় লাভ কৰিছে? 

উত্তৰ :- ভাৰত আৰু ৰাছিয়া। 


৩৩। ছেপ্টেম্বৰ মাহক  'Nutrition Month' হিচাপে কোনে ঘোষণা কৰিছে? 

উত্তৰ :- নৰেন্দ্ৰ মোডী। 


৩৪। ভাৰতৰ প্ৰথমগৰাকী মহিলা এম্বুলেঞ্চ ড্ৰাইভাৰ হিচাপে নিযুক্তি লাভ কৰিছে? 

উত্তৰ :- M.Veeralakshmi


 ৩৫। 'Myntra' কোম্পানীৰ নতুন ব্ৰ্যাণ্ড এম্বেছেডৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছে? 

উত্তৰ :- পূজা ভট্ট। 


৩৬। Press Trust of India ৰ নতুন চেয়াৰমেন হ'ল 

উত্তৰ :- অভীক সৰকাৰ। 


৩৭। 'The Young Minds'  নামৰ প্ৰথম শিশু সংবাদ পত্ৰখন ক'ত উন্মোচন কৰা হয়? 

উত্তৰ :- অসম। 


৩৮। বিশ্বৰ বৃহত্তম ছোলাৰ ট্ৰি' কোন ঠাইত তৈয়াৰ কৰা হৈছে? 

উত্তৰ :- দুৰ্গাপুৰত (পশ্চিম বংগ) 


৩৯। বৰ্তমান লোকসভাৰ চেক্ৰেটাৰীজনৰ নাম কি? 

উত্তৰ :- উৎপল কুমাৰ সিং। 


৪০। অসমৰ পৰা কোনগৰাকী বক্সাৰে অৰ্জুন বঁটা ২০২০ লাভ কৰিছে? 

উত্তৰ :- লাভলীনা বৰগোহাঁই। 


৪১। জন্মু কাশ্মীৰত ভাৰতীয় সেনাই কোনগৰাকী অভিনেত্ৰীৰ নামেৰে তেওঁলোকৰ ফাইয়াৰৰিং ৰেঞ্জ নামকৰণ কৰিছে? 

উত্তৰ :- বিদ্যা বালন। 


৪২। অলপতে কোনখন দেশৰ ৰাষ্ট্ৰপতিক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে? 

উত্তৰ :- হাইটি। 


৪৩। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোনখন আচঁনিৰ অধীনত মুছলমান যুৱতীসকলৰ বিবাহৰ বাবে ৫১ হাজাৰ টকা সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিছে? 

উত্তৰ :- চাদি চগুন যোজনা। 


৪৪। শেহতীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ ছুটি চিনেমাৰ বঁটা লাভ কৰা অসমীয়া ছবিখনৰ নাম কি? 

উত্তৰ :- দেৱী। 


৪৫। কোনখন ৰাজ্যই 'ঘৰচিৰিকা চৰাইক' ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰিছে? 

উত্তৰ :- দিল্লী। 


৪৬। ভাৰতবৰ্ষৰ ভিতৰতে পৰিস্কাৰ আৰু আৱৰ্জনা মুক্ত চহৰ হিচাবে স্বীকৃতি লাভ কৰা শ্ৰেষ্ঠ চহৰখনৰ নাম কি? 

উত্তৰ :- ইন্দোৰ। 


৪৭। অসমৰ কোনখন জিলায়ে প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা ২০২০ লাভ কৰিছে? 

উত্তৰ :- ডিব্ৰুগড়। 


৪৮। ভাৰতীয় সেনাপ্ৰধানজনৰ নাম কি? 

উত্তৰ :- এম. অম. নাৰায়ণ ।


৪৯। ভাৰতৰ দীৰ্ঘতম ৰোপ'ওৱে কোনখন। 

উত্তৰ :- গুৱাহাটী-উত্তৰ গুৱাহাটী ৰোপ'ওৱে (অসম) 


৫০। ভাৰতীয় মহাকাশ সংস্থা ISROয়ে কি নামেৰে মহিলা ৰব'ট সাজি উলিয়াইছে? 

উত্তৰ :- VYOMAMITRA


৫১। শেহতীয়াভাৱে কোনগৰাকী ভাৰতীয় সেনাপ্ৰধানজন মৃত্যু হৈছে? 

উত্তৰ :- বিপিন ৰাৱাট। 


৫২। লেখক-সাংবাদিক মৃনাল তালুকদাৰৰ শেহতীয়া প্ৰকাশ পোৱা কিতাপখনৰ নাম কি? 

উত্তৰ :- The Game Called NRC


৫৩। কোনদিনা World Hunger Day পালন কৰা হয়? 

উত্তৰ :- ২৮ মে'


৫৪। বিশ্ব ঐতিহ্য দিৱস পালন কৰা দিন কোনটো? 

উত্তৰ :- ১৮ এপ্ৰিল। 


৫৫। শেহতীয়াকৈ কোনখন ৰাজ্যই ড্ৰেগন ফলৰ নাম নতুনকৈ নামাকৰণ কৰিছে? 

উত্তৰ :- গুজৰাট। 


৫৬। DRDO য়ে নিৰ্মাণ কৰা কোভিড১৯ টেষ্টিং কিডটোৰ নাম কি? 

উত্তৰ :- DIPCAVAN


৫৭। The Hunger virus multiplies report 2021 ৰ তথ্য অনুসৰি প্ৰতি মিনিটত কিমানজন ব্যক্তিৰ ভোকত মৃত্যু হয়? 

উত্তৰ :- ১১ জন। 


৫৮। শেহতীয়াকৈ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰেল চলাচল ব্যৱস্থা আৰম্ভ হৈছে? 

উত্তৰ :- মণিপুৰ। 


৫৯। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী সংস্থা সমূহক অধিক গতিশীল আৰু মজবুত কৰিবলৈ নতুনকৈ গঠন কৰা মন্ত্ৰালয়টোৰ নাম কি? 

উত্তৰ :- সহকাৰিতা মন্ত্ৰালয়। 


৬০। শেহতীয়াকৈ আমেৰিকাই কোনজন ব্যক্তিক ভাৰতবৰ্ষত ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰিছে? 

উত্তৰ :- অতুল কাশ্যপ। 


৬১। ভাৰতৰ কোনখন চুবুৰীয়া দেশে প্ৰথমটো কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে? 

উত্তৰ :- নেপাল। 


৬২। উত্তৰ পূৱৰ কোনখন ৰাজ্যত শেহতীয়াকৈ পৰ্যাপ্ত পৰিমাণে গ্ৰেফাইট মজুত থকা বুলি জৰীপত প্ৰকাশ হৈছে? 

উত্তৰ :- অৰুণাচল প্ৰদেশত। 


৬৩। আমেৰিকা যুক্তৰাষ্ট্ৰই 'জি এছ পি' GSP তালিকাৰ পৰা নাম কৰ্ত্তন কৰাৰ ফলত কি ক্ষেত্ৰত ব্যয় বাঢ়িব বুলি আশংকা কৰা হৈছে? 

উত্তৰ :- ৰপ্তানি ক্ষেত্ৰখন। 


৬৪। এইবাৰ বিশ্ব ধপাত বিৰোধী দিৱস মূলমন্ত্ৰ কি? 

উত্তৰ :- ধপাত নহয়, জীৱনক ভাল পাওঁক। 


৬৫। আই পি এল (IPL) ২০২০ বিজেতা দল কোনটো?

উত্তৰ :- মুম্বাই ইণ্ডিয়ানছ। 


৬৬। আই পি এল (IPL) ২০২১ ৰ বিজেতা দল কোনটো? 

উত্তৰ :- চেন্নাই ছুপাৰ কিং। 


৬৭। ভাৰতৰ নীতি (NITI) আয়োগৰ উন্নয়নৰ সমীক্ষাত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? 

উত্তৰ :- ২৭ 


৬৮। ২০২১ চনৰ ২০ শীৰ্ষ সন্মিলন কোনখন দেশত অনুষ্ঠিত হব? 

ইটালী। 


৬৯। 'টকিঅ' পেৰালিম্পিকত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰা খেলুৱৈ গৰাকী কোন? 

উত্তৰ :- অৱনী লেখাই। 


৭০। ছেটেলাইট ফোন সংস্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? 

উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। 


৭১। শেহতীয়াকৈ মৃত্যু হোৱা কল্যাণ সিং কোনখন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল? 

উত্তৰ :- উত্তৰ প্ৰদেশ।


৭২। শেহতীয়াকৈ বিজ্ঞান ভৱনত "ৱাই-ব্ৰেক" মোবাইল এপ মুকলি কৰা কেন্দ্ৰীয় আয়ুস মন্ত্ৰীজনৰ নাম কি? 

উত্তৰ :- সৰ্বানন্দ সোনোৱাল। 


৭৩। কেন্দ্ৰীয় চৰকাৰে গ্ৰুপ চি চাকৰিত কিমানটা নতুন ক্ৰীড়া অন্তৰ্ভুক্ত কৰিবলৈ আৰু তেওলোকক ক্ৰীড়া কোটাৰ অধীনত চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে? 

উত্তৰ :- ২০ টা নতুন গেম। 


৭৪। ২০২৩ চনৰ এছিয়া ফুটবল কাপ কোনখন দেশে অনুষ্ঠিত কৰিব? 

উত্তৰ :- চীন। 


৭৫। একেৰাহে পঞ্চমবাৰৰ বাবে দায়িত্ব লোৱা উৰিষ্যাৰ মুখমন্ত্ৰী জনৰ নাম কি? 

উত্তৰ :- নবীন পাটনায়ক। 


৭৬। বিশ্ব ৰে'ডক্ৰছ দিৱস কোনদিনা পালন কৰা হয়? 

উত্তৰ :- ৮ মে'ৰ দিনা।

999999

৭৭। ইৰাণৰ পৰা খাৰুৱা তেল আমদানি কৰা দেশসমূহৰ ভিতৰত কোনখন দেশ শীৰ্ষত। 

উত্তৰ :- ভাৰত। 


৭৮। এভাৰেষ্ট দিৱস কোন গৰাকী পৰ্বতাৰোহীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি পালন কৰা হয়? 

উত্তৰ :- ছাৰ এডমাণ্ড হিলাৰী। 


৭৯। ভাৰতৰ বৰ্তমান শীৰ্ষ নৌ-সেনা বিষয়া গৰাকীৰ নাম কি? 

উত্তৰ :- ভাইচ এডমিৰেল কৰমবীৰ সিং 


৮০। ২০১৯ চনটো ভাৰতীয় মহাকাশ গৱেষণাৰ বাবে উল্লেখনীয় হ'ব বুলি ভবাৰ কাৰণ কি? 

উত্তৰ :- চন্দ্ৰৰ বুকুলৈ "চন্দ্ৰযান-২"প্ৰেৰণ কৰিব। 


৮১। Guwahati High Court ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে? 

উত্তৰ :- ৰবীন ফুকন। 


৮২। ভাৰতৰ কোনগৰাকী মহান নেতাৰ ২০০৮ চনৰ ১১ নৱেম্বৰত জন্ম শতবৰ্ষ পালনৰ পৰা উক্ত দিনটো 'ৰাষ্ট্ৰীয় শিক্ষাৰ দিন' হিচাপে পালন কৰি অহা হৈছে? 

উত্তৰ :- স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদ।


৮৩। কোনখন ৰাজ্য চৰকাৰে "উদ্ভাৱন মিছন পাঞ্জাৱ" আৰম্ভ কৰিছে? 

পাঞ্জাৱ চৰকাৰ। 


৮৪। 'টকিঅ' ২০২০ পেৰালিম্পিক গেমছত ভাৰতে লাভ কৰা মুঠ পদকৰ সংখ্যা কিমান? 

উত্তৰ :- ১৯ টা। 


৮৫। কোনটো কোম্পানীয়ে পৰৱৰ্তী ৫০ বছৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ব্যক্তিগতকৰণ বাবে লীজৰ নিবিদা জিকিছে? 

উত্তৰ :- আদানি গ্ৰুপ। 


৮৬। ত্ৰিপুৰাৰ নৱনিযুক্ত লোকআয়ুক্তজনৰ নাম কি? 

উত্তৰ :- কল্যাণ নাৰায়ণ ভট্টাচাৰ্য। 


৮৭। অসমত বৰ্তমান কিমানখন 'ব্যাঘ্ৰ প্ৰকল্প' (Tiger Reserve) আছে? 

উত্তৰ :- ৪ খন। 


৮৮। ২০২০ চনৰ 'টকিঅ অলিম্পিকত ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাৰ মল্লযুঁজত কোন খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰিছে? 

উত্তৰ :- ৰবি কুমাৰ দাহিয়া। 


৮৯। পঞ্চদশ বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিয়োজিত কৰা হৈছে? 

উত্তৰ :- নন্দ কিশোৰ সিং।


৯০। "সমতাৰ চিন্তা কৰক, তৎপৰ হওক আৰু পৰিৱৰ্ত্তনৰ বাবে উদ্ভাৱন কৰক" এই চিন্তা বিগত কোনটো দিৱসৰ লগত জড়িত হয়? 

উত্তৰ :- ৮ মাৰ্চ আন্তৰ্জাতিক মহিলা দিৱসৰ লগত। 


৯১। ভাৰতৰ কোনটো স্বেচ্ছাসেৱী অনুষ্ঠানক দেশব্যাপি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজন সফল ৰূপায়নৰ বাবে বি বি চিয়ে 'গ্লোবেল শ্বেম্পিয়নশ্বিপ' বঁটাৰে সন্মানিত কৰা হয়? 

উত্তৰ :- অক্ষয়পাত্ৰ।


৯২। শ্বহীদ হোৱা সুৰক্ষা কৰ্মীৰ পৰিয়ালৰ সাহাৰ্য্যৰ বাবে আৰম্ভ কৰা ম'বাইল এপটোৰ নাম কি? 

উত্তৰ :- বীৰ পৰিৱাৰ এপ।


৯৩। কোনগৰাকী প্ৰাক্তন ভাৰতীয় বৈদেশিক সচিবক জাপানৰ শীৰ্ষ সন্মান আগবঢ়োৱা হয়? 

উত্তৰ :- শ্যাম চৰণ। 


৯৪। প্ৰণাম বিল'খন কি কথাৰ লগত সংগতি আছে? 

উত্তৰ :- বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব পালন। 


৯৫। ভূপালৰ লগতে অসমৰ কোন ঠাইত 'নেশ্যনেল ইন্সিটিউট অৱ ডিজাইন'ৰ প্ৰতিষ্ঠান শুভাৰম্ভ কৰে? 

উত্তৰ :- যোৰহাট (অসম)। 


৯৬। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ত বগীবিল দলং উদ্ধোধন কৰা ২৫ ডিচেম্বৰ দিনটো কি দিন হিচাপে পালন কৰা হয়? 

উত্তৰ :- উন্নয়নৰ দিন। 


৯৭। অসমৰ ৰীমা দাসে 'ভিলেজ ৰকষ্টাৰ' ছবি নিৰ্মাণ কৰি অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা পূৰ্বে ভাৰতত কিবা পুৰস্কাৰ লাভ কৰিছিলনে? 

উত্তৰ :- নেশ্যনেল ফিল্ম ফেষ্টিভেলত স্বৰ্ণকলম বঁটা। 


৯৮। ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে ৰাঁচি, ঝাচি, ঝাৰখণ্ডৰ পিছতে অসমৰ কোন ঠাইত কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বাবে আধাৰশিলা স্থাপন কৰে? 

উত্তৰ :- গোগামুখ।


৯৯। অসমৰ পুৰণি যুৱমহোৎসৱ কোনটো? 

উত্তৰ :- তাৰালাংচ। 


১০০। অসমৰ কোন ঠাইত ১৯.৩ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি দেশৰ দীৰ্ঘতম দলংখন নিৰ্মাণ কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে? 

উত্তৰ :- ধুবুৰী-মেঘালয় ফুলবাৰী। 


১০১।এভাৰেষ্ট দিৱস কোন দিনা পালন কৰা হয়? 

উত্তৰ :- ২৯ মে'ৰ দিনা। 


১০২। ইউ এন (UN) ৰিপৰ্ট মতে ভাৰতে ২০২০ বৰ্ষত কিমান শতাংশ অৰ্থনৈতিক উন্নতি সাধন কৰাৰ সম্ভাৱনা আছে? 

উত্তৰ :- ৭.১ শতাংশ। 


১০৩। পাকিস্তানে 'চিন-দ্বিতীয়' পাৰমাণৱিক বোমা নিক্ষেপকাৰী ক্ষেপনাস্ত্ৰটো কিমান দূৰত্ব সামৰিব পৰা ক্ষমতাৰ? 

উত্তৰ :- ২০০০ কিলোমিটাৰ। 

99999999

১০৪। আন্তৰ্জাতিক মেন বুকৰ বঁটা পোৱা আৰবী উপন্যাসিকাগৰাকীৰ নাম কি? 

উত্তৰ :- জোকা আল ৰাব্বানী। 


১০৫।  'চেলেষ্টিয়েল বডি' উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰি লেখিকাৰ লগতে যুটীয়াভাৱে বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰোতা কোন? 

উত্তৰ :- মেৰিলিন বাথ।


১০৬। মে' মাহৰ কোনটো দিনত 'সন্ত্ৰাসবাদ বিৰোধী দিবস' পালন কৰা হয়? 

উত্তৰ :- ২১ মে'। 


১০৭। ২০১৯ চনৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বঁটা কাক প্ৰদান কৰা হয়? 

উত্তৰ :- ৰাণা দাসগুপ্তাক। 


১০৮। হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যৰ উৎসৱ? 

উত্তৰ :- নাগালেণ্ড। 


১০৯। এটা অন্ধবিশ্বাসৰ বিৰুদ্ধে অসম চৰকাৰে বিধানসভাত উথ্থাপন কৰা কোনখন বিলৰ ভিত্তিত আইন প্ৰণয়নৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুমোদন আগবঢ়ায়? 

উত্তৰ :- ডাইনী হত্যা। 


১১০। অসম চৰকাৰৰ ক্ৰীড়া দূত হিচাপে কাক নিয়োগ কৰিছে? 

উত্তৰ :- হিমা দাস। 


১১১। নেপালে কোনখন দেশৰ সহায়ত মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰিব? 

উত্তৰ :- আমেৰিকা যুক্তৰাষ্ট্ৰ। 


১১২। ১৯৯০ চনত  'দ্য শ্বেড' লাইনছ' গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা পোৱা কোনজন সাহিত্যিকলৈ এই বছৰ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়? 

উত্তৰ :- অমিতাভ ঘোষ।

9

১১৩। অসমৰ বৰ্তমান ৰাজ্যপাল জনৰ নাম কি? 

উত্তৰ :- জগদীশ মুখী। 


১১৪। আন্তৰ্জাতিক মুদ্ৰা নিধি (আই এম এফ)ৰ মুখ্য অৰ্থনীতিবিদৰ পদবী দখল কৰা ভাৰতৰ মহীশূৰত জন্ম লোৱা, প্ৰথম মহিলা গৰাকী কোন? 

উত্তৰ :- অঞ্চুলা কাণ্ট। 


১১৫। ভাৰতৰ কোন ঠাইত জাপানৰ এক দূৰসংযোগ ব্যৱস্থা নিৰ্মাণকাৰী কোম্পানীৰ সহযোগিতাত ছাবমেৰিন কেৱল ব্যৱস্থাপনা কৰি ২০২০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে কাৰ্যকৰী কৰা হৈছে? 

উত্তৰ :- কেৰেলা আৰু শ্ৰীলংকাৰ মাজত। 


১১৬। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পিছৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশ পদত সাতচল্লিশ সংখ্যক ন্যায়াধীশ ৰূপে ২০১৯ চনৰ ১৮ নৱেম্বৰৰ দিনা কোনে শপত বাক্য পঢ়ি কাৰ্যভাৰ লয়? 

উত্তৰ :- শাৰদ অৰবিন্দ বো'বডেই।



১১৭। পি. ভি সিন্ধুৱে কোন চনত বেডমিণ্টন চেম্পিয়নশ্বিপৰ ৪২ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিজৰ নাম সোণালী আখৰেৰে লিখি ৰাখিবলৈ সক্ষম হয়? 

উত্তৰ :- ২০১৯ চনত। 


১১৮। বিশ্ব বেডমিণ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী শ্বাটলাৰ কোন? 

উত্তৰ :- পি ভি সিন্ধু। 


১১৯। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৯ বিত্তীয় বৰ্ষৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দেশত সৰ্বাধিক প্ৰচলিত কাগজী মুদ্ৰাটো কি? 

উত্তৰ :- ৫০০ টকা। 


১২০। প্লাষ্টিকৰ আৱৰ্জনাৰ বিৰুদ্ধে ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে কেতিয়াৰ পৰা আন্দোলনৰ ঘোষণা কৰিছিল? 

উত্তৰ :- ২ অক্টোবৰ। 

999999

১২১। কোনগৰকী ভাৰতীয় মহিলা ৰেফাৰীক আই চি(ICC)ৰ দ্বাৰা আন্তৰ্জাতিক ৰেফাৰী ৰূপে নিযুক্তি কৰা হয়? 

উত্তৰ :- ৱাই এছ লক্ষ্মী।


১২২। জোকা আলহাৰ্টিয়ে কোনখন উপন্যাসৰ বাবে মেন বুকাৰ বঁটা লাভ কৰিছে? 

উত্তৰ :- চেলেষ্টিয়েল বডি। 


১২৩। জল জীৱন মিছন (Jal Jeevan Mission) ৰ অধীনত কোন ৰাজ্যই Sensor-based Service delivery monitoring system কৰিব? 

উত্তৰ :- গুজৰাট। 


১২৪। কোন ৰাজ্য চৰকাৰে গোটেই নাগৰিকৰ বাবে এটা 'State Health Register' ৰ ব্যৱস্থা কৰিছে? 

উত্তৰ :- কৰ্ণাটক। 


১২৫। অসমৰ কোনগৰকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰিছে? 

উত্তৰ :- ভায়'লেট বৰুৱা। 


১২৬। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি? 

উত্তৰ :- সুধাংশু ধুলীয়া। 


১২৭। বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী গৰাকী ৰ নাম কি? 

উত্তৰ :- অমিত শ্বাহ। 


১২৮। বৰ্তমান ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী কোন? 

উত্তৰ :- ৰাজনাথ সিং।


১২৯।বৰ্তমান ভাৰতৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী কোন? 

উত্তৰ :- নীতিন জয়ৰাম গাডকাৰী। 


১৩০। বৰ্তমান ভাৰতৰ বিত্ত মন্ত্ৰী কোন? 

উত্তৰ :- নিৰ্মলা সীতাৰমণ। 


১৩১। বিভিন্ন বঁটা লাভ কৰা ৰংবং তেৰাঙৰ গ্ৰন্থখনৰ নাম কি আছিল? 

উত্তৰ :- ৰংমিলিৰ হাঁহি। 


১৩২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটো কি বাৰ আছিল? 

উত্তৰ :- শুক্ৰবাৰ। 


১৩৩। এলাহাবাদৰ বৰ্তমান নাম কি? 

উত্তৰ :- প্ৰয়াগৰাজ (উত্তৰ প্ৰদেশ) 


১৩৪। ভাৰতত কিমানটা জ্যোতি লিংগ আছে? 

উত্তৰ :- ১২ টা। 


১৩৫। ভাৰতৰ জনগণনা কিমান বছৰৰ মূৰত হয়? 

উত্তৰ :- ১০ বছৰ। 


১৩৬। টকিঅ অলিম্পিক ২০২০ ত ভাৰতে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছিল? 

উত্তৰ :- ৭ টা (সোণ-০১, ৰূপ-০২, আৰু ব্ৰঞ্জ-০৪ টা) 


১৩৭।  'টকিঅ অলিম্পিক ২০২০ ত সৰ্বাধিক পদক পোৱা দেশখনৰ নাম কি? 

উত্তৰ :- আমেৰিকা (সোণ-৩৯ টা, ৰূপ-৪১টা, আৰু ব্ৰঞ্জ - ৩৩ টা =১১৩ টা) 


১৩৮। নিৰজ চোপ্ৰা কি খেলৰ লগত জড়িত? 

উত্তৰ :- এথলেটিকছ (জেভলিং থ্ৰো) 


১৩৯। মিতালী ৰাজ কি খেলৰ হৈতে জডিত? 

উত্তৰ :- ক্ৰিকেট ।


১৪০। বৰ্তমান কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী কোন? 

উত্তৰ :- অৰ্জুন মুণ্ডা। 


Post a Comment

0 Comments